Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Qiyamah — Ayah 29

وَٱلۡتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ ٢٩
আৰু পৃথিৱীৰ অন্ত আৰু পৰকালৰ সূচনাৰ এই মূহুৰ্তত বহুতো কঠিনতা একত্ৰিত হৈ যাব।