Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Qiyamah — Ayah 40

أَلَيۡسَ ذَٰلِكَ بِقَٰدِرٍ عَلَىٰٓ أَن يُحۡـِۧيَ ٱلۡمَوۡتَىٰ ٤٠
যিয়ে মানুহক এটোপাল বীৰ্যৰ পৰা, তাৰ পিছত ৰক্তপিণ্ডৰ পৰা সৃষ্টি কৰিছে তেওঁ মৃত লোকক হিচাপ-নিকাচ আৰু পৰিণাম বা প্ৰতিদানৰ বাবে জীৱিত কৰাৰ ক্ষমতা নাইনে? কিয় নহয়, নিশ্চয় তেওঁৰ এই ক্ষমতা আছে।