Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah An-Naba — Ayah 37

رَّبِّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا ٱلرَّحۡمَٰنِۖ لَا يَمۡلِكُونَ مِنۡهُ خِطَابٗا ٣٧
তেৱেঁই আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, তেওঁ পৃথিৱী আৰু আখিৰাতত পৰম কৰুণাময়, পৃথিৱী আৰু আকাশত থকা কোনেও তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব নোৱাৰিব।