Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah 'Abasa — Ayah 42

أُوْلَٰٓئِكَ هُمُ ٱلۡكَفَرَةُ ٱلۡفَجَرَةُ ٤٢
এই অৱস্থাৰ সন্মুখীন সেই সকল ব্যক্তি হব, যিসকলে কুফুৰী আৰু পাপকৰ্মৰ পথাচাৰী আছিল।