Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-A'la — Ayah 14

قَدۡ أَفۡلَحَ مَن تَزَكَّىٰ ١٤
সেই ব্যক্তি সফল হৈছে যিয়ে শ্বিৰ্ক আৰু পাপৰ পৰা পৱিত্ৰ হৈছে।