Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-A'la — Ayah 3

وَٱلَّذِي قَدَّرَ فَهَدَىٰ ٣
আৰু যিজনে সকলো সৃষ্টিৰ প্ৰকাৰ, বৰ্গ আৰু বিশেষতা নিৰ্ধাৰণ কৰিছে আৰু প্ৰত্যেক সৃষ্টিক তাৰ বাবে উচিত তথা অনুকূলীয় বস্তু প্ৰদান কৰিছে।