Assamese Abridged Explanation of the Quran
16:73 - 16:73

এই মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্তিৰ পূজা কৰে, যিবোৰে আকাশমণ্ডল তথা পৃথিৱীৰ পৰা সিহঁতক জীৱিকা প্ৰদান কৰিবলৈ সক্ষম নহয়। আৰু এয়া সিহঁতৰ অধীনতো নহয়। কাৰণ সেইবোৰ হৈছে নিৰ্জীৱ বস্তু, সেইবোৰৰ প্ৰাণো নাই, জ্ঞানো নাই।