Assamese Abridged Explanation of the Quran
17:72 - 17:72

এই পাৰ্থিৱ জীৱনত যিয়ে সত্যক স্বীকাৰ কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ অনুপালনৰ ক্ষেত্ৰত অন্ধ হৈ থাকিব, সি কিয়ামতৰ দিনা আৰু অধিক অন্ধ হ'ব। সি জান্নাতৰ পথ বিচাৰি নাপাব। তথা হিদায়তৰ পথৰ পৰা পথভ্ৰষ্ট হ'ব। দৰাচলতে আল্লাহৰ ওচৰত প্ৰত্যেক কৰ্মৰ প্ৰতিদান সেই অনুপাতেই দিয়া হয়।