Assamese Abridged Explanation of the Quran
17:86 - 17:86

হে ৰাছুল! আমি অহীৰ জৰিয়তে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছো, সেয়া ইচ্ছা কৰিলে পুথি তথা অন্তৰৰ পৰা মচি দিব পাৰো। তেতিয়া আপুনি সেইবোৰ উদ্ধাৰ কৰিবলৈ কোনো সহায়ক বিচাৰি নাপাব।