Assamese Abridged Explanation of the Quran
20:124 - 20:124

যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ হ'ব আৰু ইয়াক গ্ৰহণ নকৰিব, সি পৃথিৱী আৰু আখিৰাতত সংকীৰ্ণ জীৱন লাভ কৰিব, আৰু কিয়ামতৰ দিনা আমি তাক হাচৰৰ ময়দানলৈ দৃষ্টিহীন আৰু প্ৰমাণহীন অৱস্থাত খেদি লৈ যাম।