Assamese Abridged Explanation of the Quran
23:43 - 23:43

এই অস্বীকাৰকাৰী জাতিসকলৰ মাজৰ কোনেও বিনাশৰ বাবে নিৰ্ধাৰিত সময়ৰ পৰা আগবাঢ়িব নোৱাৰে আৰু পিছুৱাবও নোৱাৰে। সিহঁতৰ ওচৰত যিমানেই উপায় নাথাকক কিয়।