Assamese Abridged Explanation of the Quran
23:47 - 23:47

সিহঁতে ক'লেঃ আমি এনেকুৱা দুজন লোকৰ ওপৰত ঈমান পোষণ কৰিম নেকি, যি দুজনৰ কোনো বিশেষ বৈশিষ্ট্যও নাই, আনহাতে সিহঁতৰ জাতি (বনী ইছৰাঈল) দেখোন আমাৰেই অধীনস্থ তথা অনুগত?!