Assamese Abridged Explanation of the Quran
23:48 - 23:48

তেওঁলোক দুজনে আল্লাহৰ ফালৰ পৰা যি লৈ আহিছিল সিহঁতে সেয়া অস্বীকাৰ কৰিলে। এই অস্বীকাৰ কৰাৰ ফলত সিহঁতক সাগৰত ডুবাই ধ্বংস কৰা হৈছিল।