Assamese Abridged Explanation of the Quran
23:49 - 23:49

নিশ্চয় আমি মূছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ, যাতে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে সত্যৰ পথ পায় আৰু সেইমতে আমল কৰিব পাৰে।