Assamese Abridged Explanation of the Quran
23:53 - 23:53

কিন্তু তেওঁলোকৰ পিছত তেওঁলোকৰ অনুসাৰীসকলে দ্বীনৰ মাজত মতানৈক্য সৃষ্টি কৰিলে আৰু বহুধাবিভক্ত হৈ গ'ল। প্ৰত্যেকেই নিজৰ দলকলৈ আনন্দিত আছিল আৰু ভাৱিছিল সিহঁত যিটো দলত আছে সেইটোৱেই আল্লাহৰ ওচৰত মনোনীত। অন্যান্য দলৰ প্ৰতি ভ্ৰুক্ষেপ কৰা নাছিল।