Assamese Abridged Explanation of the Quran
23:89 - 23:89

তেতিয়া সিহঁতে ক’বঃ “প্ৰত্যেক বস্তুৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ হাতত”। তেতিয়া আপুনি সিহঁতক কওকঃ “তেন্তে তোমালোকৰ বিবেক বুদ্ধি ক’ত হেৰাই যায়, এই স্বীকাৰোক্তিৰ পিছতো কিয় তোমালোকে তেওঁৰ বাহিৰে আনৰ উপাসনা কৰা?!