Assamese Abridged Explanation of the Quran
29:59 - 29:59

গুনাহৰ পৰা বিৰত থাকি আৰু আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰি তেওঁৰ আদেশ মতে আমল কৰা লোকসকলৰ প্ৰতিদান কিমান যে উত্তম প্ৰতিদান! তেওঁলোকে সকলো কৰ্মতেই একমাত্ৰ নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে।