Assamese Abridged Explanation of the Quran
33:41 - 33:41

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে আন্তৰিকভাৱে, মৌখিকভাৱে আৰু অংগ-প্ৰত্যংগৰ জৰিয়তে আল্লাহক বেছি বেছি স্মৰণ কৰা।