Assamese Abridged Explanation of the Quran
34:5 - 34:5

আল্লাহে অৱতীৰ্ণ কৰা আয়াতসমূহক যিসকলে বাতিল হিচাপে প্ৰতীয়মান কৰাবলৈ প্ৰয়াস কৰে, সিহঁতে আমাৰ আয়াতসমূহক যাদু বুলি কয়। তথা আমাৰ ৰাছুলক যাদুকৰ আৰু কবি বুলি আখ্যায়িত কৰে। এনেকুৱা লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে অতি নিকৃষ্ট তথা অতি কঠিন শাস্তি।