Assamese Abridged Explanation of the Quran
35:33 - 35:33

এই নিৰ্বাচিত লোকসকলে চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰিব। তাত তেওঁলোকে পৰিধান কৰিব মুকুতা আৰু সোণৰ কঙ্কন, আৰু তেওঁলোকৰ পোচাক হ’ব ৰেচমৰ।