Assamese Abridged Explanation of the Quran
67:11 - 67:11

এতেকে সিহঁতে নিজৰ কুফুৰী আৰু অস্বীকাৰ কৰাৰ কথা স্বীকাৰ কৰিব আৰু জাহান্নামৰ অধিকাৰী হ’ব। সেয়েহে ধিক্কাৰ জাহান্নামীবিলাকৰ প্ৰতি।