Assamese Abridged Explanation of the Quran
72:4 - 72:4

আৰু ইবলিছ চয়তানে আল্লাহ সম্পৰ্কে বহুত অবাস্তৱ তথা অসত্য কথা কৈছিল। অৰ্থাৎ তেওঁৰ সৈতে স্ত্ৰী আৰু সন্তানৰ সম্বন্ধ সংযোগ কৰিছিল।