Assamese Abridged Explanation of the Quran
75:26 - 75:26

বিষয়টো তেনেকুৱা নহয় যিদৰে মুশ্বৰিকবিলাকে ভাবিছে যে. যেতিয়া সিহঁতৰ মৃত্যু হব তেতিয়া সিহঁতে শাস্তিৰ সন্মুখীন নহব। আৰু যেতিয়া তোমালোকৰ মাজত কাৰো প্ৰাণ তাৰ কণ্ঠগত হ'ব।