Assamese Abridged Explanation of the Quran
75:34 - 75:34

গতিকে আল্লাহে কাফিৰক ধমক দি কৈছে যে, আল্লাহৰ শাস্তি তাৰ নিকটৱৰ্তী হৈছে।