Assamese Abridged Explanation of the Quran
75:36 - 75:36

মানুহে ভাবিছে নেকি যে, আল্লাহে তাক চৰীয়তৰ অনুসাৰী নবনোৱাকৈ সোধাই এৰি দিব?