Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 14

وَلَوۡ دُخِلَتۡ عَلَيۡهِم مِّنۡ أَقۡطَارِهَا ثُمَّ سُئِلُواْ ٱلۡفِتۡنَةَ لَأٓتَوۡهَا وَمَا تَلَبَّثُواْ بِهَآ إِلَّا يَسِيرٗا ١٤
শত্ৰুসকলে মদীনাৰ চাৰিওফালৰ পৰা আহি যদি সিহঁতৰ ওপৰত আক্ৰমণ কৰিলেহেঁতেন, তথা সিহঁতক যদি কুফৰ আৰু শ্বিৰ্কলৈ উভতি যোৱাৰ প্ৰস্তাৱ দিলেহেঁতেন তেন্তে সিহঁতে নিশ্চিতভাৱে সিহঁতৰ প্ৰস্তাৱ মানি ল’লেহেঁতেন। সিহঁতে ইছলামৰ পৰা ওলাই যোৱাৰ ক্ষেত্ৰত আৰু কুফৰীৰ পিনে উভতি যোৱাৰ ক্ষেত্ৰত অলপো সংকোচবোধ নকৰিলেহেঁতেন।