Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah An-Najm — Ayah 34

وَأَعۡطَىٰ قَلِيلٗا وَأَكۡدَىٰٓ ٣٤
কিঞ্চিত দান কৰিলে আৰু তাৰ পিছত বন্ধ কৰি দিলে। কিয়নো কৃপণালি তাৰ সিৰাই সিৰাই সোমাইছে। ইয়াৰ পিছতো সি নিজৰ গুণ গাই ফুৰে।