Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah An-Najm — Ayah 35

أَعِندَهُۥ عِلۡمُ ٱلۡغَيۡبِ فَهُوَ يَرَىٰٓ ٣٥
তাৰ ওচৰত গায়েবৰ জ্ঞান আছে নেকি, যিটো সি সকলো দেখা পাই আছে আৰু সি গায়েবৰ বিষয়ে আলোচনা কৰি আছে?