Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah An-Najm — Ayah 42

وَأَنَّ إِلَىٰ رَبِّكَ ٱلۡمُنتَهَىٰ ٤٢
হে ৰাছুল! বান্দাসকলে মৃত্যুবৰণ কৰাৰ পিছত আপোনাৰ প্ৰতিপালকৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব।