Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah An-Najm — Ayah 43

وَأَنَّهُۥ هُوَ أَضۡحَكَ وَأَبۡكَىٰ ٤٣
নিশ্চয় তেওঁ যাক আনন্দিত কৰিব বিচাৰে, তাক হঁহুৱায়। আৰু যাক দুশ্চিন্তাগ্ৰস্ত কৰিব বিচাৰে, তাক কন্দুৱায়।