Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Hadid — Ayah 3

هُوَ ٱلۡأَوَّلُ وَٱلۡأٓخِرُ وَٱلظَّٰهِرُ وَٱلۡبَاطِنُۖ وَهُوَ بِكُلِّ شَيۡءٍ عَلِيمٌ ٣
তেৱেঁই প্ৰথম; তেওঁৰ পূৰ্বে একো নাছিল। তেৱেঁই সৰ্বশেষ; তেওঁৰ পিছত একো নাথাকিব। তেৱেঁই প্ৰকাশ্য; তেওঁৰ ঊর্ধ্বত কোনো নাই। তেৱেঁই অপ্ৰকাশ্য; তেওঁতকৈ ওচৰত আন কোনো নাই। তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ; তেওঁৰ আয়ত্বৰ বাহিৰত একো নাই।