Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah At-Taghabun — Ayah 4

يَعۡلَمُ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَيَعۡلَمُ مَا تُسِرُّونَ وَمَا تُعۡلِنُونَۚ وَٱللَّهُ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ ٤
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁ জানে। তোমালোকে যিবোৰ গোপনে কৰা সেইবোৰো তেওঁ জানে আৰু যিবোৰ কৰ্ম প্ৰকাশ্যভাৱে কৰা সেয়াও জানে। আল্লাহে অন্তৰত থকা ভাল-বেয়া গোপন ভেদ সম্পৰ্কেও অৱগত। এই সংক্ৰান্তীয় কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।