Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Mulk — Ayah 6

وَلِلَّذِينَ كَفَرُواْ بِرَبِّهِمۡ عَذَابُ جَهَنَّمَۖ وَبِئۡسَ ٱلۡمَصِيرُ ٦
আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰে সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা উত্তপ্ত অগ্নিৰ শাস্তি আছে। আৰু সেয়া অতি বেয়া প্ৰত্যাৱৰ্তনস্থল যত সিহঁত ওভতি যাব লাগিব।