Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Mulk — Ayah 7

إِذَآ أُلۡقُواْ فِيهَا سَمِعُواْ لَهَا شَهِيقٗا وَهِيَ تَفُورُ ٧
যেতিয়া সিহঁতক জাহান্নামত দলিওৱা হ'ব তেতিয়া সিহঁতে অতি বেয়া আৰু কঠোৰ শব্দ শুনিবলৈ পাব আৰু জাহান্নাম প্ৰকাণ্ড পাত্ৰত বা ডেগচিত পানী উথলি থকাৰ দৰে উথলি থাকিব।