Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Jinn — Ayah 2

يَهۡدِيٓ إِلَى ٱلرُّشۡدِ فَـَٔامَنَّا بِهِۦۖ وَلَن نُّشۡرِكَ بِرَبِّنَآ أَحَدٗا ٢
এই বাণী, যিটো আমি শুনিছো সেইটো আস্থা, কথন আৰু কৰ্মৰ ক্ষেত্ৰত সঠিক আৰু যথোচিত বুলি প্ৰমাণিত। গতিকে আমি ইয়াৰ প্ৰতি ঈমান আনিছো। আৰু আমি কাকো আমাৰ প্ৰতিপালকৰ সৈতে অংশীদাৰ স্থাপন নকৰিম।