Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Jinn — Ayah 3

وَأَنَّهُۥ تَعَٰلَىٰ جَدُّ رَبِّنَا مَا ٱتَّخَذَ صَٰحِبَةٗ وَلَا وَلَدٗا ٣
আৰু আমি এই কথাৰ প্ৰতিও ঈমান আনিছো যে, আমাৰ প্ৰতিপালকৰ (তেওঁৰ মহিমা আৰু প্ৰতাপ অতি মহান) কোনো স্ত্ৰী, সন্তান আদি একো নাই। যিদৰে মুশ্বৰিক সকলে ইয়াৰ বিপৰীত আস্থা পোষণ কৰে।