Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-A'la — Ayah 10

سَيَذَّكَّرُ مَن يَخۡشَىٰ ١٠
আপোনাৰ উপদেশ আৰু শিক্ষাৰ পৰা সেই ব্যক্তি নিশ্চয় শিক্ষা গ্ৰহণ কৰিব যিয়ে আল্লাহক ভয় কৰে। কিয়নো সিহঁতেই উপদেশৰ পৰা উপকৃত হয়।