Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-A'la — Ayah 9

فَذَكِّرۡ إِن نَّفَعَتِ ٱلذِّكۡرَىٰ ٩
আপুনি মানুহক কোৰআনৰ দ্বাৰা উপদেশ দিয়ক যাৰ অহী আপোনাৰ প্ৰতি কৰিছো আৰু স্মৰণ কৰাওক যেতিয়ালৈকে স্মৰণ শুনাৰ শক্তি আছে।