Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-A'la — Ayah 8

وَنُيَسِّرُكَ لِلۡيُسۡرَىٰ ٨
আমি আপোনাৰ বাবে আল্লাহে সন্তুষ্ট হোৱা আমলবোৰ সহজ কৰি দিম, যিবোৰে জান্নাতত প্ৰৱেশ কৰাব।