Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-A'la — Ayah 7

إِلَّا مَا شَآءَ ٱللَّهُۚ إِنَّهُۥ يَعۡلَمُ ٱلۡجَهۡرَ وَمَا يَخۡفَىٰ ٧
কেৱল যাক আল্লাহে কিবা হিকমতৰ কাৰণে পাহৰাব বিচাৰে। নিশ্চয় আল্লাহ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।