Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah At-Tahrim — Ayah 5

عَسَىٰ رَبُّهُۥٓ إِن طَلَّقَكُنَّ أَن يُبۡدِلَهُۥٓ أَزۡوَٰجًا خَيۡرٗا مِّنكُنَّ مُسۡلِمَٰتٖ مُّؤۡمِنَٰتٖ قَٰنِتَٰتٖ تَٰٓئِبَٰتٍ عَٰبِدَٰتٖ سَٰٓئِحَٰتٖ ثَيِّبَٰتٖ وَأَبۡكَارٗا ٥
এয়া কোনো ডাঙৰ কথা নহয় যে, যদি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক তালাক দিয়ে তেন্তে তেখেতৰ প্ৰতিপালকে তেখেতক তোমালোকতকৈ উত্তম স্ত্ৰী প্ৰদান কৰিব, যিয়ে আল্লাহৰ আদেশ পালন কৰিব, তেওঁৰ ওপৰত তথা তেওঁৰ ৰাছুলৰ ওপৰত ঈমান পোষণ কৰিব। আল্লাহৰ আনুগত্য কৰিব আৰু গুনাহৰ পৰা তাওবা কৰিব। নিজ প্ৰতিপালকৰ ইবাদতকাৰী হ'ব, চওম পালনকাৰী হ'ব, বিধৱা হওঁক অথবা কুমাৰী। কিন্তু তেখেতে তেওঁলোকক তালাক দিয়া নাছিল।